শ্ৰী পৰিমল শুক্লবৈদ্য
গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ
জনতা ভৱন ০০৯, বি ব্লক
দিশপুৰ, অসম
গুৱাহাটী- ৭৮১ ০০৬
ই-মেইল: parimalsuklabaidyamla@gmail.com
১৯৬০ চনত জন্মগ্ৰহণ কৰা শ্ৰী পৰিমল শুক্লবৈদ্য ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সদস্য। ২০১৬ চনত তেওঁ চতুৰ্থবাৰৰ বাবে কাছাৰ জিলাৰ ধোলাই সমষ্টিৰ পৰা জয়লাভ কৰে। তেওঁ সম্প্ৰতি গড়কাপ্তানি (পথ আৰু গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ), মস্য পালন আৰু আবকাৰী বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।