মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ

উপযোগিতা সেৱা প্ৰৱৰ্তনৰ ক্ষেত্ৰত অনাপত্তি প্ৰমাণপত্ৰ

  • যি ভূমিত মূল্যবান প্ৰাকৃতিক সম্পদসমূহ উপলব্ধ তেনে ভূমিত সৰ্বোত্তম সংহত আন্তঃগাঁথনিৰ প্ৰয়োগ এক জটিল কাৰ্য্য হিচাপে পৰিগণিত। এনে আন্তঃগাঁথনিৰ সৈতে জড়িত ভূমি ব্যৱহাৰ কাৰ্য্যসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ আদিয়েই প্ৰধান। এই উপযোগিতা সেৱা কাৰ্য্য অনুমতি সাপেক্ষে ‘আৰ অ ডব্লিউ’ ৰ অনুদৈৰ্ঘ্য বা অনুপ্ৰস্থ দিশত সম্পাদন কৰা হয়। পথ ব্যৱহাৰকাৰী আৰু পৰিৱেশ উভয়ৰে সুৰক্ষা নিশ্চিত কৰিবলৈ ই বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰশীল। ‘আৰ অ ডব্লিউ’ ৰ প্ৰশাসনিক নিয়মৰ বিষয়ে কণ্ট্ৰোল অভ নেচন্যাল হাইৱেজ (লেণ্ড এণ্ড ট্ৰাফিক) আইন ২০০২ ত উল্লেখ কৰা হৈছে আৰু ইয়াৰ নিয়মসমূহ ২০০৪ ৰ খণ্ডত উল্লেখ কৰা হৈছে।

    অধিক জানিবৰ বাবে, ইয়াত ক্লিক কৰক।.

    কাক যোগাযোগ কৰিব:

    অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ অনুদৈৰ্ঘ্য আৰু অনুপ্ৰস্থ ৰূপত উপযোগিতা সেৱাৰ প্ৰৱৰ্তনৰ অনাপত্তি প্ৰমাণপত্ৰ সন্দৰ্ভত কোনো প্ৰশ্ন থাকিলে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে:

    মৃন্ময় বৰুৱা
    কাৰ্য্যবাহী অভিযন্তা, বি আৰ ডি ৰোড ব্ৰান্স
    মুখ্য অভিযন্তাৰ কাৰ্য্যালয়, গড়কাপ্তানি (ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্য্য)
    অসম, চান্দমাৰি, গুৱাহাটী ৭৮১ ০০৩
    ই-মেইল: mrinmoyb1960@gmail.com