ছাবগ্ৰেডৰ ড্ৰেইনেজ আৰু সুদৃঢ়কৰণৰ বাবে গ্ৰোচেলৰ ব্যৱহাৰ।

ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ ৰ চুৰিয়াবাৰীত জিএছবি আৰু তল অঞ্চলৰ সুদৃঢ়কৰণৰ বাবে 30 KN biaxial PP Geogrid


বগীবিল সেতুৰ কামত জিঅ’-চেলৰ দ্বাৰা সম্পাদিত এঢলীয়া স্থান সুৰক্ষাৰ কাৰ্য্য।

ক্ষিপ্ৰ নিৰ্মাণ কাৰ্য্যৰ বাবে বিডিএম/বিএম/বিচি ৰ বাবে সম্পূৰ্ণ কম্পিউটাৰ চালিত উচ্চ ক্ষমতাসম্পন্ন বেটছ মিক্স প্লেণ্ট।

বিটুমিনাছ কোৰ্ছৰ যতিবিহীন নমুনা নিৰ্গমন কাৰ্য্যৰ বাবে স্বয়ংক্ৰিয় কটা যন্ত্ৰৰ ব্যৱহাৰ।

ভাইব্ৰ’ হেমাৰ
ভাইব্ৰ’ হেমাৰৰ ব্যৱহাৰেৰে ষ্টীল পাইল ফাউণ্ডেছন ব্যৱহাৰ কৰি ৰঙানদীৰ ওপৰৰ উপপথ সেতুৰ নিৰ্মাণকাৰ্য্য সংসাধন কাৰ্য্য সফলতাৰে সম্পন্ন হয়। এই প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলস্বৰূপে অধিক ক্ষিপ্ৰ নিৰ্মাণকাৰ্য্য সম্পন্ন হয় আৰু ইয়াক প্ৰাকৃতিক দুৰ্যোগৰ সময়ছোৱাত যোগাযোগ ব্যৱস্থাৰ ৰিষ্টোৰ কৰাৰ দিশত উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি।
Integral voided slab flyover superstructure
Integral voided slab flyover superstructure য়ে কৰি অবিভাজ্য ৰূপত পায়াৰ সমূহৰে সৈতে যুক্ত হৈ বিয়াৰিঙৰ ব্যৱহাৰ সীমাবদ্ধ কৰে। ‘এপিডব্লিউডি’ য়ে ইয়াৰ শেহতীয়া প্ৰযুক্তি অৱলম্বন কৰে।
বাঁহ সংৰোপণৰ জৰিয়তে ফাউণ্ডিং লেভেলৰ সুদৃঢ়কৰণ।

ভেটিভাৰ ৰোপণেৰে ওখ বান্ধ/দলঙৰ বাবে পাহাৰৰ এঢলীয়া স্থানত সুৰক্ষা ব্যৱস্থা গ্ৰহণ

ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ৰ ওপৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ যাব পৰা জংছন পয়েণ্ট উৰণীয়া সেতুৰ আৰই ৱালৰ নিৰ্মাণ

ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ত ‘হাইব্ৰিড জিঅ’-চিন্থেটিক নন-ওভেন গ্লাছ পেভিং মেট’ ৰ ব্যৱহাৰ
বিডিএম আৰু পৃষ্ঠভাগৰ তৰপৰ মাজত এখন পৰ্দা হিচাপে পেভিং মেট ফাট প্ৰসাৰণ ৰোধৰ বাবে ব্যৱহাৰ কৰা হৈছে।
