স্বীকৃত পৰামৰ্শদাতাসকলে MoRT&H য়ে নিৰ্ধাৰিত কৰা ষ্টেণ্ডাৰ্ড বিডিং নৰ্মছ সমূহৰ জৰিয়তে ডিপিআৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰজেক্টসমূহৰ প্ৰস্তুতকৰণ আৰু সাধ্যতা অধ্যয়নৰ কাৰ্য্যত ব্ৰতী হয়। এই সম্পূৰ্ণ প্ৰক্ৰিয়া মন্ত্ৰালয়ৰ ৱেবচাইট infracon.nic.in দ্বাৰা সম্পাদন কৰা হয়।
ই-টেণ্ডাৰিং ৰ জৰিয়তে MoRT&H ৰ ‘এছবিডি’ মানদণ্ডত কাম কৰা সংস্থাসমূহক পুৰস্কাৰৰ বাবে নিৰ্বাচন। ‘এনআইচি’ ৰ চেণ্ট্ৰেল পাব্লিক প্ৰকিউৰমেণ্ট পোৰ্টেলত ই-টেণ্ডাৰিং কৰা হয়।
মন্ত্ৰালয়ৰ মানবিশিষ্ট তথ্য পুথিত নিৰ্ধাৰণ কৰা হোৱা নিয়মসমূহ, পথ আৰু সেঁতুৰ কাৰ্য্যসমূহ (শেহতীয়া সংস্কৰণ) অনুমোদিত আঁচনিৰ সংসাধনৰ বাবে কঠোৰভাৱে মানি চলিব লাগে।