মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ

অসমৰ ঘাইপথসমূহৰ সৰ্বমুঠ দৈৰ্ঘ্য ৩৯০০.৪৪ কিলোমিটাৰ। ই নতুনকৈ ঘোষিত ১৫ টা ঘাইপথৰ দৈৰ্ঘ্য ১০৩২.১২৭ কিলোমিটাৰকো সামৰি লয়। ইয়াৰ উপৰিও ৮৪৭ কিলোমিটাৰ পথ নতুন ঘাইপথ হিচাপে গঢ়ি তুলিবলৈ ইতিমধ্যে অনুমোদন আগবঢ়োৱা হৈছে আৰু অন্য ১২৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাজ্যিক পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ বাবে চিনাক্তকৰণ কৰা হৈছে।

(১) অসম গড়কাপ্তানি বিভাগৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ ক্ষেত্ৰত: ২৫৪১.৯৩৭ কিলোমিটাৰ
(২) নেচন্যাল হাইৱে অথৰিটী অভ ইণ্ডিয়াৰ অধীনত: ৬৯৬.৩০৮ কিলোমিটাৰ
(৩) নেচন্যাল হাইৱে ইনফ্ৰাচষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ক’ৰ্পোৰেশ্যন লিমিটেডৰ অধীনত: ৩৯৯.৩৬ কিলোমিটাৰ
(৪) বোৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ অধীনত: ৩১ কিলোমিটাৰ
(৫) ৰেলৱেৰ অধীনত: ১৩.৬৫ কিলোমিটাৰ
(৬) পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অধীনত: ২৫.৮০৭ কিলোমিটাৰ
(৭) নতুনকৈ ঘোষিত কিন্তু এতিয়াও অৰ্পণ কৰিবলৈ বাকী থকা ৰাষ্ট্ৰীয় ঘাইপথ: ১৯২.৩৮ কিলোমিটাৰ

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ

অসমৰ মাজেৰে যোৱা সৰ্বমুঠ ৩৯০০.৪৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩৯ টা ৰাষ্ট্ৰীয় ঘাইপথ আছে। এই ৰাষ্ট্ৰীয় ঘাইপথ সংখ্যাসমূহ হৈছে – ৰাষ্ট্ৰীয় ঘাইপথ-৩১, ৰাষ্ট্ৰীয় ঘাইপথ-৩১বি, ৰাষ্ট্ৰীয় ঘাইপথ-৩১চি, ৰাষ্ট্ৰীয় ঘাইপথ-৩৬, ৰাষ্ট্ৰীয় ঘাইপথ-৩৭, ৰাষ্ট্ৰীয় ঘাইপথ-৩৭এ, ৰাষ্ট্ৰীয় ঘাইপথ-বিস্তৃতকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ-৩৮, ৰাষ্ট্ৰীয় ঘাইপথ-৩৯, ৰাষ্ট্ৰীয় ঘাইপথ-৪৪, ৰাষ্ট্ৰীয় ঘাইপথ-৫১, ৰাষ্ট্ৰীয় ঘাইপথ-৫২, ৰাষ্ট্ৰীয় ঘাইপথ-৫২এ বিস্তৃতকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ-৫২বি, ৰাষ্ট্ৰীয় ঘাইপথ-৫২বি বিস্তৃতকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ-৫৩, ৰাষ্ট্ৰীয় ঘাইপথ-৫৪, ৰাষ্ট্ৰীয় ঘাইপথ-৫৪ বিস্তৃতকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ-৬১, ৰাষ্ট্ৰীয় ঘাইপথ-৬২, ৰাষ্ট্ৰীয় ঘাইপথ-১৫১, ৰাষ্ট্ৰীয় ঘাইপথ-১৫২, ৰাষ্ট্ৰীয় ঘাইপথ-১৫৩, ৰাষ্ট্ৰীয় ঘাইপথ-১৫৪, ৰাষ্ট্ৰীয় ঘাইপথ-১২৭বি, ৰাষ্ট্ৰীয় ঘাইপথ-১২৭চি, ৰাষ্ট্ৰীয় ঘাইপথ-১২৭ডি, ৰাষ্ট্ৰীয় ঘাইপথ-৩১৫এ, ৰাষ্ট্ৰীয় ঘাইপথ-৪২৭, ৰাষ্ট্ৰীয় ঘাইপথ-৬২৭, ৰাষ্ট্ৰীয় ঘাইপথ-১২৭ই, ৰাষ্ট্ৰীয় ঘাইপথ-১১৭এ, ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫এ, ৰাষ্ট্ৰীয় ঘাইপথ-৭০২, ৰাষ্ট্ৰীয় ঘাইপথ-৭০২চি, ৰাষ্ট্ৰীয় ঘাইপথ-৭০২ডি, ৰাষ্ট্ৰীয় ঘাইপথ-৩২৯, ৰাষ্ট্ৰীয় ঘাইপথ-২০৮এ, ৰাষ্ট্ৰীয় ঘাইপথ-৩২৯এ

অসমত ঘোষিত হোৱা নতুন ঘাইপথ

৩১/০৩/২০১৪ চন অনুসৰি মুঠ দৈৰ্ঘ্য

২০১৪ চনৰ এপ্ৰিল মাহৰ পৰা নতুনকৈ সংযোজিত কৰা হোৱা দৈৰ্ঘ্যকিলোমিটাৰ হিচাপত মুঠ দৈৰ্ঘ্যসংস্থা
৩৭৪২.৯৪৮ কিলোমিটাৰ১৫৭.৪৯ কিলোমিটাৰ৩৯০০.৪৩৮ কিলোমিটাৰএনএইছএআই = ৬৯৬.৩০৮ কিলোমিটাৰ
ৰাজ্যিক গড়কাপ্তানি ৰাষ্ট্ৰীয় ঘাইপথ শাখা = ২৫৪১.৯৩৭ কিলোমিটাৰ
বোৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন = ৩১ কিলোমিটাৰ
এনএইছআইডিচিএল = ৩৯৯.৩৬
এমঅআৰটি এণ্ড এইছ = ২৫.৮০৭ কিলোমিটাৰ
ৰেলৱে = ১৩.৬৫
নতুনকৈ ঘোষিত কিন্তু এতিয়াও অৰ্পণ কৰিবলৈ বাকী থকা ৰাষ্ট্ৰীয় ঘাইপথ: ১৫৪.৩৮ কিলোমিটাৰ
ৰাজ্যিক পথৰ অধীনত নতুনকৈ ঘোষিত ৰাষ্ট্ৰীয় ঘাইপথ: ৩৮ কিলোমিটাৰ

বিগত তিনি বছৰত আৰু চলিত বৰ্ষত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে নীতিগত অনুমোদনৰ বিৱৰণ তলত দিয়া ধৰণৰ:

ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে নীতিগত অনুমোদন
নীতিগত অনুমোদন দৈৰ্ঘ্যইক’নমিক কৰিডৰমুঠ নীতিগত অনুমোদন দৈৰ্ঘ্যইক’নমিক কৰিডৰ/ ড্ৰাফট কেবিনেট ফীডাৰ ৰূট ৰ অন্তৰ্ভুক্তিকৰণেৰে ৰাজ্যিক পথৰ দৈৰ্ঘ্য
৮৪৭.২৭৫ কিলোমিটাৰ৮৪৭.২৭৫ কিলোমিটাৰ


অসমত ২০১৪ চনৰপৰা প্ৰতিবছৰে এনএইছ (অ) আৰু এছএআৰডিপি-এনই ৰ অধীনত নিৰ্মিত পথৰ দৈৰ্ঘ্য

চনসম্পূৰ্ণ হোৱা দৈৰ্ঘ্য (কিলোমিটাৰ হিচাপত)
২০১৪-১৫১১২.৬২
২০১৫-১৬৬৯.৯৯৩
২০১৬-১৭৬২.৯৮৬
২০১৭-১৮, ৩১ জুলাই ২০১৭ অনুসৰি১৬.৪৫

অসমত ২০১৪ চনৰপৰা প্ৰতিবছৰে নিৰ্মিত হোৱা পথৰ লেন অনুসৰি দৈৰ্ঘ্যৰ সবিশেষ

লেন২০১৪-১৫২০১৫-১৬২০১৬-১৭২০১৭-১৮, জুন ২০১৭ লৈ
দুই লেনযুক্ত৭৯.৭২৭.২৩৮৬৩.৭১৯১৬.৪৫
চাৰি লেনযুক্ত০.১২৬০.৪৪১০.২৫২০.০০
৬/৮ লেনযুক্তনাইনাইনাইনাই

অসমত ২০১৪ চনৰপৰা প্ৰতিবছৰে পুৰস্কাৰ লাভ কৰা পথ দৈৰ্ঘ্য

২০১৪-১৫২০১৫-১৬২০১৬-১৭২০১৭-১৮
১২.০১১১৪.৮১৮২৫৭.৮৯৫৭৯.১০