অসমৰ ৰাজ্যপালে বিজ্ঞপ্তি জাৰি কৰা বাহনৰ গতিসীমা তলত দিয়া ধৰণৰ-
| ক্ৰ. নং. | ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকৃতি | অনুমতি প্ৰদান কৰা গতিসীমা (ঘণ্টাত প্ৰতি কিলোমিটাৰ হিচাপত) |
|---|---|---|
| ১ | বাহন চলাচলৰ বাবে সমতলত সাত মিটাৰ বিস্তৃত পকা কান্ধ অবিহনে গঢ়া ঘাইপথ | ৭০ |
| ২ | বাহন চলাচলৰ বাবে সমতলত সাত মিটাৰ বিস্তৃত পকা কান্ধৰ ঘাইপথ | ৮০ |
| ৩ | চাৰি লেনযুক্ত পথ | ১০০ |
| ৪ | ওপৰত উল্লিখিত আটাইবোৰ শ্ৰেণীৰ ঘাইপথৰ ভাঁজ অঞ্চল | ৪০ |
| ৫ | নগৰ অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ | ৪০ |
| ৬ | বকোঁ, মিৰ্জা, গৌৰীপুৰ, ছয়গাঁও, মঙলদৈ, খাৰুপেটিয়া, বান্দৰদেৱা আৰু মৰাণৰ দৰে ঘন বসতিপূৰ্ণ নগৰৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ | ২০ |
| ৭ | পাহাৰীয়া অঞ্চল | ৪০ |