২০১০ চনৰ ৫ মে’ তাৰিখৰ পৰা গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে আয়ুক্ত আৰু বিশেষ সচিবৰ অধ্যক্ষতাত আৰু বিভাগৰ দুগৰাকী মুৰব্বীৰ সহযোগত পৃথক বিভাগ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। মুখ্য অভিযন্তাই বিভাগৰ সঞ্চালকালয় পৰ্যায়ৰ মুৰব্বীৰ দায়িত্ব পালন কৰে।
ৰাষ্ট্ৰীয় ঘাইপথৰ সকলোবোৰ পথ, ৰাষ্ট্ৰীয় ঘাইপথৰ দলং ইত্যাদি নিৰ্মাণ, উন্নিতকৰণ, মেৰামতি আৰু পৰিচালনা আদি সমূহ বিষয় মুখ্য অভিযন্তা (ৰাষ্ট্ৰীয় ঘাইপথ) ৰ কৰ্তব্যৰ আওতাৰ ভিতৰলৈ আহে।
Title | Size | Detail |
---|---|---|
বৰ্তমান চলি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ আচঁনিসমূহ | 22.79 KB | ![]() |